উদয় উমেশ ললিত দেশৰ নতুন মূখ্য ন্যায়াধীশ৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ উদয় উমেশ ললিত দেশৰ সৰ্বোচ ন্যায়ালয়ৰ ৪৯ সংখ্যক মূখ্য ন্যায়াধীশ,অহা ইং ২৭ আগষ্টত শপত গ্ৰহণ কৰিব ৷বৰ্তমানৰ মূখ্য ন্যায়াধীশ এ ভি ৰামান্নাই তেওঁৰ নাম মনোনীত কৰে৷দেশৰ ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মুৱে শপত বাক্য পাঠ কৰাব৷