আজিৰ বিশেষ সংবাদ

নিউজ ডেস্ক PR NEWS ASSAM*

চি আই ডিয়ে দোষমুক্ত হিচাবে ঘোষণা কৰিলে আছু নেতা কীৰ্তিকমল বৰুৱাক নগাঁওত সংঘটিত আৰক্ষীৰ দ্বাৰা দাখিল কৰা ভুৱা ড্ৰাগছৰ গোচৰত ৷

চি আই ডিৰ গোচৰত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে চাৰ্জছীট দাখিল৷

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ জামিন নাকচ মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ৷