নাজিৰাত বিশেষভাৱে সক্ষমসকলৰ মাজত গৰম কাপোৰ বিতৰণ৷

PR NEWS ASSAM নিউজ ডেস্ক,

নাজিৰাৰ কপহুৱাত সমাজকৰ্মী তথা শিক্ষক ফটিক বৰুৱাৰ পদক্ষেপত আৰু নাজিৰাৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সহযোগত প্ৰায় ৭০ জনৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত গৰম কাপোৰ বিতৰণ কৰা হয়৷এনে সুন্দৰ তথা সমাজহিতৈষী পদক্ষেপক স্থানীয়লোকে শলাগ লৈছে৷পৰৱৰ্তী সময়তো এনে পদক্ষেপ অব্যাহত থাকিব বুলি জানিবলৈ দিছে৷