দুৰ্গা পূজাৰ উচাহ ৷

PR NEWS ASSAM আমগুৰি/নাজিৰাঃ

পূৰ্বৰ বছৰৰ দৰে এইবাৰো ক’ভিড প্ৰট’কল মানি শাৰদীয় দূৰ্গোৎসৱ উলহ-মালহেৰে পালন কৰা হৈছে। জাকজকমতা বিহীন, নাই কোনো মেলা সদৃৃশ পৰিবেশ কবলৈ গলে প্ৰশাসনৰ নীতি-নিৰ্দেশনাৰ সুচাৰুৰূপে পালন হৈছে এইবাৰ আমগুৰি সকলো কেইখন পুজা মণ্ডপৰ লগতে নাজিৰা মহকুমাটো সুন্দৰভাৱে পূজাত ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে৷