ক’ভিডৰ বৃহৎ টিকাকৰণ কাৰ্যসূচী৷

PR NEWS ASSAM নাজিৰাঃ

নাজিৰা মহকুমাৰ অন্তৰ্গত যিসকল লোকে ২০২১ চনৰ জুন মাহৰ ২১,২২ আৰু ২৩ তাৰিখে ক’ভিডৰ প্ৰথমপালি ভেকচিন লৈছিল, সেইসকলক অহা ১৭ ছেপ্টেম্বৰ ২০২১,(শুক্ৰবাৰে) ওচৰত থকা ক’ভিড ভেকচিন কেন্দ্ৰত গৈ ক’ভিডৰ দ্বিতীয় পালি ভেকচিন ল’বলৈ অনুৰোধ জনোৱা হ’ল।ইয়াৰ উপৰিও, যিসকলে এতিয়াও ক’ভিডৰ ভেকচিন লোৱা নাই সেই সকলেও নিৰ্দিষ্ট ভেকচিন কেন্দ্ৰত গৈ প্ৰথম পালি ভেকচিন লব পাৰিব।নাজিৰাত ভেকচিন প্ৰদানৰ কেন্দ্ৰসমূহ হৈছে:

১/ লিগিৰীপুখুৰী চাহ বাগিছা চিকিৎসালয়
২/ লক্ষ্মীজান চাহ বাগিছা চিকিৎসালয়
৩/ শিমলুগুৰি নাট্য মন্দিৰ
৪/ জোকতলী এম পি এইচ চি
৫/ বৰচিলা চাহ বাগিছা চিকিৎসালয়
৬/ বিহুবৰ চাহ বাগিছা চিকিৎসালয়
৭/ দেওপানী চাহ বাগিছা চিকিৎসালয়
৮/ গেলেকী চাহ বাগিছা চিকিৎসালয়
৯/ হনুমানবাগ চাহ বাগিছা চিকিৎসালয়
১০/ হাতীপটি
১১/ গেলেকী বি পি এইচ চি
১২/ মেকিপুৰ চাহ বাগিছা চিকিৎসালয়
১৩/ চন্টক চাহ বাগিছা চিকিৎসালয়
১৪/ খেলুৱা বি পি এইচ চি
১৫/ বামুণপুখুৰী চাহ বাগিছা চিকিৎসালয়
১৫/ নাজিৰা নাট্য মন্দিৰ
১৬/ মোদী নগৰ চাহ বাগিচা চিকিৎসালয়
১৭/ লিগিৰীপুখুৰী এচ দি চি এইচ
১৮/ শিৱবাৰী চাহ বাগিছা চিকিৎসালয়
১৯/ মাদুৰি চাহ বাগিচা চিকিৎসালয়
২০/ মাউৎ গাঁও এইচ ডব্লিউ চি
২১/ ৰহদৈ উচ্চমাধ্যমিক বিদ্যালয়
২২/ মিঠা পুখুৰী এইচ ডব্লিউ চি
২৩/ ৰহদৈ পুখুৰী এইচ ডব্লিউ চি
২৪/ সুন্দৰপুখুৰী এইচ ডব্লিউ চি
২৫/ মনাইটিং নগা গাঁও এইচ ডব্লিউ চি
২৬/ টিপমীয়া এইচ ডব্লিউ চি
২৭/ দিকচু এইচ ডব্লিউ চি
২৮/ বগীদল এইচ ডব্লিউ চি
২৯/ লাহন গাওঁ উপ স্বাস্থ্য কেন্দ্ৰ
৩০/ পিয়লি ফুকন উপ স্বাস্থ্য কেন্দ্ৰ
৩১/ দোলাকাষৰীয়া উপ স্বাস্থ্য কেন্দ্ৰ
৩২/ হুদুপাৰা উপ স্বাস্থ্য কেন্দ্ৰ
৩৩/ আইদেউবাৰী উপ স্বাস্থ্য কেন্দ্ৰ
৩৪/ জতকীয়া উপ স্বাস্থ্য কেন্দ্ৰ
৩৪/ মেজেঙ্গা উপ স্বাস্থ্য কেন্দ্ৰ
৩৫/ চকীমুখ উপ স্বাস্থ্য কেন্দ্ৰ
৩৬/ চন্টক এম পি এইচ চি
৩৭/ লিগিৰীপুখুৰী উপ স্বাস্থ্য কেন্দ্ৰ
৩৮/ লখিমীপুখুৰী উপ স্বাস্থ্য কেন্দ্ৰ
৩৯/ গড়গাওঁ উপ স্বাস্থ্য কেন্দ্ৰ
৪০/ গোমোঠা উপ স্বাস্থ্য কেন্দ্ৰ
৪১/ লংকাক গোঁহাই উপ স্বাস্থ্য কেন্দ্ৰ
৪২/ পানীবিল উপ স্বাস্থ্য কেন্দ্ৰ
৪৩/ ৰামুগাওঁ উপ স্বাস্থ্য কেন্দ্ৰ
৪৪/ নামটি চাৰিআলি উপ স্বাস্থ্য কেন্দ্ৰ
৪৫/ বামুণবাৰী উপ স্বাস্থ্য কেন্দ্ৰ
৪৬/ চানবেচা উপ স্বাস্থ্য কেন্দ্ৰ
৪৭/ তেতেলীগুৰি উপ স্বাস্থ্য কেন্দ্ৰ
৪৮/ অ ’এন জি চি অফিচাৰ্ছ ক্লাৱ

এই বিষয়ে নাজিৰা মহকুমা প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ তৰফৰ পৰা সদৰি কৰিছেে৷