নাজিৰাৰ ক’ভিদ সম্বন্ধীয় তথ্য ২৩/০৮/২০২১

১/নাজিৰাত আজি ক’ভিদ ১৯ আক্ৰান্ত হৈছে ০২ জন ব্যক্তি।

২/বৰ্তমান নাজিৰা মহকুমাত ক’ভিদ আক্ৰান্ত সংখ্যা সৰ্বমুঠ হ’ল ২০৮৬ জন।

৩/আজি নাজিৰাত ক’ভিদ পৰীক্ষণ কৰা ব্যক্তি সংখ্যা ৭৬২ জন RAT আৰু RT PCR ১৯ জন।

৪/সক্ৰিয়-২২৯

৫/গৃহ পৃথকীকৰণ-১৩