শিৱসাগৰ জিলাৰ উপায়ুক্ত বদলি৷

নিউজ ডেস্ক PR NEWS ASSAM

শিৱসাগৰ জিলাৰ বৰ্তমানৰ উপায়ুক্ত বিষ্ণু কমল বৰুৱাক অসম চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁৰ ঠাইত শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাবে দায়িত্ব ল’ব মেঘা নিধি দাহালে ৷বৰ্তমান কোকোৰাঝাৰ জিলাৰ উপায়ুক্ত৷