সীমা সমস্যা সমাধান কৰাটো সময়ৰ প্ৰয়োজন ঃমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷

নিউজ ডেস্ক PR NEWS ASSAMঃ

 শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি কয় এনে ঘটনা অতি দুুুুুৰ্ভাগ্যজনক বুুুলি অভিহিত কৰে ৷ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, শৰ্মাই ই এক ‘জটিল’ সমস্যা বুলি অভিহিত কৰিছে আৰু কৈছে যে সমাধানৰ সূূত্ৰ উলিয়াব লাগিব ৷ই একেদিনাই সমাধান কৰাটো সম্ভৱ নহয়৷ । এইটো এটা সমস্যা যিটোট জটিলতা আছে।মুুুুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ অনিৰ্ধাৰিত সীমাৰ বাবে অতীতৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে। তেওঁ কয় যে অতীতত সমস্যাটো অতি সহজে সমাধান কৰিব পাৰিলেহেঁতেন যেতিয়া সকলো ৰাজ্যতে কংগ্ৰেছৰ চৰকাৰ আছিল। বিষয়টিৰ সন্দৰ্ভত শৰ্মাই কয়, “যদি ৰাইজে দেখিলেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে একো নোকোৱাকৈ বহি আছে, তেন্তে অসমত পৰিস্থিতি বেয়া হ’লহেঁতেন।” শেহতীয়াকৈ, উত্তৰ-পূব অঞ্চলৰ সাংসদসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃৃহমন্ত্ৰীৰ লগত সাক্ষাৎ কৰি সমস্যাটোৰ সমাধানৰ সূূত্ৰ উলিয়াব বুুুুলি আশা প্ৰকাশ কৰে৷