গেৰুৱা বসন পিন্ধিবলৈ সাজু থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত ৷

https://googleads.g.doubleclick.net/pagead/ads?client=ca-pub-3849602904132757&output=html&h=300&slotname=7382227110&adk=3279696496&adf=3783074419&pi=t.ma~as.7382227110&w=360&lmt=1627817118&rafmt=1&psa=1&format=360×300&url=https%3A%2F%2Fwww.dainandinbartagroup.in%2Fthaoras-sushant-is-ready-to-wear-saffron-uniform%2F&flash=0&fwr=1&fwrattr=true&rpe=1&resp_fmts=3&sfro=1&wgl=1&dt=1627817487814&bpp=25&bdt=1223&idt=906&shv=r20210728&mjsv=m202107290101&ptt=9&saldr=aa&abxe=1&cookie=ID%3D46443c8307d0db1b-224094939bca0055%3AT%3D1627817110%3ART%3D1627817110%3AS%3DALNI_MZ2Jshm6DlxHmbM6S0JWhWWQhxe3g&prev_fmts=0x0&nras=1&correlator=1258752933566&frm=20&pv=1&ga_vid=9150257.1627817108&ga_sid=1627817489&ga_hid=177420861&ga_fc=0&u_tz=330&u_his=2&u_java=0&u_h=800&u_w=360&u_ah=800&u_aw=360&u_cd=24&u_nplug=0&u_nmime=0&adx=0&ady=713&biw=360&bih=668&scr_x=0&scr_y=0&eid=31060474%2C20211866&oid=3&pvsid=4347053656105795&pem=222&ref=https%3A%2F%2Fwww.dainandinbartagroup.in%2F&eae=0&fc=1920&brdim=0%2C32%2C0%2C32%2C360%2C0%2C360%2C724%2C360%2C668&vis=1&rsz=%7C%7CeEbr%7C&abl=CS&pfx=0&fu=128&bc=31&ifi=2&uci=a!2&btvi=1&fsb=1&xpc=CqLVNLgJYW&p=https%3A//www.dainandinbartagroup.in&dtd=1055

পুণৰ সংকটত অসম প্ৰদেশ কংগ্ৰেছৰ ভেটি উজনি অসমত উছন হোৱাৰ পথত কিয়নো থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।এ পি চি চিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই গ্ৰহণ কৰিলে এই পত্ৰ। উল্লেখযোগ্য যে , যোৱা ৩০জুলাইত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। কাইলৈ বিজেপিত যোগদান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে ।এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।