PR NEWS ASSAM নিউজ ডেস্কঃঃ
ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ইংৰাজী ১০.০৭.২০২১ তাৰিখে ইলেক্ট্ৰনিক মাধ্যমযোগে শিৱসাগৰত লোক আদালত অনুষ্ঠিত হʼব। জিলা আইনসেৱা প্ৰাধিকাৰী, শিৱসাগৰৰ অৰ্ধ আইনী স্বেচ্ছাসেৱক আইন সম্বন্ধীয় বিষয় তথা বিভিন্ন গোচৰৰ সন্দৰ্ভত জনসাধাৰণক যোগাযোগ কৰি সেৱা আগবঢ়াব। এই ক্ষেত্ৰত শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীয়ে সকলোৰে পৰা আন্তৰিক সহযোগিতা কামনা কৰিছে ৷

