আজি কৃষি মন্ত্ৰীৰে বৈঠকত মিলিত হব কৃষকৰ প্ৰতিনিধিৰ দলৰ কৃষক ৷
বিদ্ৰোহে কপাঁইছে সমগ্ৰ দেশ ৷
নিউজ ডেস্ক PR NEWS ASSAM
প্ৰতিবাদকাৰী কষকৰে আলোচনা কৰিও সমস্যাৰ সমাধান কৰিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে | একাংশ কৃষক নেতাই বৃহস্পতিবাৰে কৃষি মন্ৰী মৰেন্দ্ৰ সিং টোমৰৰ সৈতে পুনৰ বৈঠকত মিলিত হ’ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় কিষান ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ তিকেইটে | লগতে সমগ্ৰ দেশৰ কৃষক সমাজে কৃষি আইনৰ বৰোধিতাৰে এতিয়া ৰাজপথলৈ ওলাই অহা উচিত বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে |

