ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিৰোধৰ (Speed Limit) সম্পৰ্কত মুখ্যমন্ত্ৰী৷

৪০ ৰ বিপৰীতে ৬০ লৈকে Speed Limit বান্ধি দিয়াৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।

এই সন্দৰ্ভত অহা দুই এদিনতে পৰিবহণ মন্ত্ৰী পাটোৱাৰীৰে ৰাইজক জনাব চূড়ান্ত সিদ্ধান্ত।
খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক।

ৰাজ্যৰ বন সংমণ্ডলৰ DFO সকলৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ।

বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী, বনমন্ত্ৰী তথা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া।

ৰাজ্যৰ বনাঞ্চলৰ বেদখল বন্ধ কৰাৰ ব্যৱস্থা লব শীঘ্ৰে।প্ৰতি ৬ মাহৰ অন্তত DFO ৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী।নতুনকৈ বনানিকৰণ কৰা হ’ব ৰাজ্যৰ বনাঞ্চলৰ খালী অঞ্চল সমূহ।

আগন্তুক কেবিনেটত বন বিভাগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে৷
প্ৰথম অৱস্থা জৰিমনা নহয়, দিয়া হব জাননী, দ্বিতীয় বাৰহে জৰিমণা দিব লাগিব৷অতি শীঘ্ৰে ওলাব পৰিবহন বিভাগৰ নতুন জাননী

ৰাইজৰ অভিযোগৰ তথা পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ