চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ৷
শিক্ষা বিভাগৰ আমূল উন্নয়নত গুৰুত্ব আৰোপ৷
অৰুণোদয় আচনিত অধিক গুৰুত্ব আৰোপ৷
চিকিৎসা বিজ্ঞানত নামভৰ্তিত অধিক সৰলীকৰণ৷
যান যটঁৰ সমস্যা ৰোধত গুৰুত্ব৷
চৰকাৰী অস্থায়ী কৰ্মচাৰীৰ দৰমহা আৰু সা-সুবিধা বৃদ্ধি ৷
ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান ৷

