ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

নিউজ ডেস্ক PR NEWS ASSAMঃ

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-অবিবাহিত কন্যা সন্তানলৈ পৰিয়াল পেঞ্চন প্ৰদান, অসমক ‘লজিষ্টিক হাব’লৈ ৰূপান্তৰৰ প্ৰচেষ্টা, গুৱাহাটী মাষ্টাৰ প্লেনৰ কাৰ্যকৰী ৰূপায়ণ, নগৰ পৰিবহণ আৰু যান-বাহন সুশৃংখলিতকৰণকে ধৰি কেতবোৰ ৷ ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা সুশৃংখলিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ আগন্তুক দিনত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ’ব বুলি আশা কৰা হৈছে৷