PR NEWS ASSAM টিহু
■নামনি অসমৰ সকলো সমষ্টিত ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকৰ টিহুত ঘোষণা■
পাটাছাৰকুছি সমষ্টিত অগপ-বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তুংগত,বিজেপিক সমষ্টিটো লাগিবই,অগপ আৰু জাতীয় পৰিষদৰ কেইজনমান মানুহক লগত লৈ এজেপিৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই সমষ্টিটোত ৰাজনীতি কৰিছে■ ফণী পাঠক
পাটাছাৰকুছি সমষ্টিত অগপ বিজেপিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিবাসীক বিভিন্ন ক্ষেত্ৰত প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা কৰি এজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব তেওক প্ৰত্যাহ্বান জনাবলৈ সাজু ফণী পাঠক■পাঠকে পুণৰাই কয় বিজেপি দলৰ নিষ্ঠাবান কৰ্মী হিচাপে তেও বিজেপি দলৰ প্ৰাৰ্থীত্ব বিছাৰিছে ■

