২৬ ডিচেম্বৰৰ ভিতৰত অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে৷

নিউজ ডেস্ক PR NEWS ASSAM

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ ৰায়দান ডিচেম্বৰৰ ২৬ তাৰিখৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে ৷