১ জুলাইৰ পৰা দেশত বলবৎ ফৌজদাৰী আইন

অহা ইং ১ জুলাইৰ পৰা বলবৎ হ’ব ভাৰতীয় ন্যায় সংহিতা

বলবৎ হ’ব নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য অধিনিয়ম

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে অধিসূচনা

নতুন আইনৰ অধীনত কাৰ্যকৰী হ’ব নতুন সংযোজিত ধাৰা

সলনি হ’ব ভাৰতীয় দণ্ডবিধি-৩০২ ,৪২০ ধাৰা

সশস্ত্ৰ বিদ্ৰোহ, ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংসকলৈ আছে নতুন ধাৰা

গণধৰ্ষণ, ধৰ্ষণ, শিশুৰ ওপৰত হোৱা নিৰ্যাতনৰ ক্ষেত্ৰতো থাকিব কঠোৰ বিধি আইনৰ ধাৰা