শুভাশীষ বৰুৱা শিৱসাগৰৰ নতুন SSP

অসম আৰক্ষী সেৱাৰ বিষয়া শুভাশীষ বৰুৱা তথা NIA-ত কৰ্মৰত বিষয়া তেওঁ অপৰাধ তদন্তৰ বিষয়া গুৱাহাটী AGRI কাণ্ডৰ তদন্তকাৰী বিষয়া ইয়াৰ উপৰিও তেওঁ APSC Cash for Job Scam (ADO Case)-কৃষি বিভাগৰ তদন্তকাৰী বিষয়া হিচাপে কাম কৰিছিল, য’ত ৰাকেশ কুমাৰ পাল আৰু অন্যান্য সদস্য তথা ADO-সকল দোষী সাব্যস্ত হৈ জেললৈ প্ৰেৰণ কৰা হৈছিল, বৰ্তমান শিৱসাগৰ জিলাৰ SSP দায়িত্বভাৰ পালন কৰাৰ বাবে নিযুক্তি দিয়া হৈছে৷