PR NEWS ASSAMঃ
শিৱসাগৰ জিলাত ক্ৰমাৎ ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত প্ৰায় শতাধিক গাহৰিৰ মৃত্যু হৈছে৷জিলা প্ৰশাসনে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে৷জিলাৰ অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ ১৪৪ ধাৰা জাৰি কৰিছে৷এই নিষেধাজ্ঞাত গাহৰি গাড়ীয়ে অনা নিয়া কিনা-বেচা আদিত নিষেধাজ্ঞা আছে অনিৰ্দিষ্ট কাললৈ বলবৎ থাকিব৷

