PR NEWS ASSAM ঃ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মধ্যপ্ৰ দেশৰ সভাপতি কমল নাথৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ৷ স্বাভাৱিকতে ই অসমৰ ৰাজনীতিত আৰু নাজিৰা সমষ্টিত আগন্তুক দিনত লক্ষ্যণীয় বিষয় হিচাবে গণ্য হ’ব ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ *ৰাজনীতিৰ বোকা চতিওৱা আৰম্ভ*
