মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী সভাৰ ব্যাপক প্ৰস্ততি‌৷


 বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ  সমষ্টিৰ ডিংডিঙাৰ মৰণৈ চাহ বাগিচা  ফুটবল খেল পথাৰত বি জে পিৰ নিৰ্বাচনী সভাৰ ব্যাপক প্ৰস্তুতি চলি আছে। কালি দিনৰ ১১ বজাত নিৰ্বাচনী সভা অনুষ্ঠিত হব। সভাত উপস্থিত থাকিব নেডাৰ মূখ্য আহ্বায়ক তথা অসমৰ চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,সাংসদ দিলীপ শইকীয়া । কালিৰ সভাত ৩নং শ্ৰীৰামপুৰ সমষ্টি ১০ হেজাৰৰো অধিক লোকৰ সমাগম হব বুলি শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তই  জানিবলৈ দিয়ে।