ভোগালী বিহুৰ আয়োজন৷

PR NEWS ASSAM যোৰহাট

যোৰহাটৰ দুই নং চৰাই বাঁহী গাঁৱৰ যুৱক সকলৰ চমক। নৰা, বাঁহ আদিৰে সুন্দৰকৈ নিৰ্মান কৰিছে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ। ভোগালীৰ উৰুকা লগে ভাগে এসাঁজ খাব চহা গঞা ৰাইজে।