স্বাস্থ্য সজাগতা ,
ডায়েবেটিছ নিয়ন্ত্ৰণত মেজিকৰ দৰে কাম কৰে ওজন নিয়ন্ত্ৰণ, কোষ্ঠকাঠিন্য দূৰ কৰা, দৃষ্টিশক্তি ঠিকে ৰখা, তেজত শৰ্কৰাৰ পৰিমাণ আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ লগতে ডায়েবেটিক ৰোগীৰ মহৌষধ হিচাপে কাম কৰে ৷ভেণ্ডিৰ গুণ বহুত ওজন নিয়ন্ত্ৰণ, কোষ্ঠকাঠিন্য দূৰ কৰা, দৃষ্টিশক্তি সঠিক ৰখা, তেজত শৰ্কৰাৰ পৰিমাণ আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ লগতে ডায়েবেটিক ৰোগীৰ মহৌষধ হিচাপে কাম কৰে। তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে ভেণ্ডি সিজোৱা, ভজা, তৰকাৰীৰ লগতে ভেণ্ডি তিয়াই থোৱা পানীও খাব পাৰে।

