বিশেষ সংবাদ ৷

মাজুলীৰ যাতায়তৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা,মাজুলী -যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ ৷

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰীৰ উদ্যোগত ৫২৪ টা মহিলা আত্মসহায়ক গোটক ১২ কোটি ৪০ লাখ টকাৰ ঋণ প্ৰদান

যোৰহাট হত্যাকাণ্ডত নিহত অনিমেষ ভূঞাৰ দোষীক শীঘ্রেই শাস্তি প্রদানৰ নিৰ্দেশ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ দোষীক ফাষ্টট্রেক আদালতৰ জৰিয়তে শাস্তি প্রদানৰ নিৰ্দেশ প্ৰদান কৰিছে। এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশো দিছে ৷ ভুক্তভোগী পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক দিছে৷