নিউজ ডেস্ক PR NEWS ASSAM
সদৌ অসম উকীল সন্থাৰ প্ৰাক্তন সভাপতি,কটন কলেজৰ প্ৰাক্তন অধ্যাপক,প্ৰাক্তন পৌৰ ৱাৰ্ড মেম্বাৰ তথা বিশিষ্ট সমাজসেৱক ৰোহিনী কুমাৰ দাসৰ মালিগাঁওস্থিত স্বাগত চিকিৎসালয়ত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷
নিষ্ঠা আৰু সাহসেৰে ৰাইজৰ পক্ষত