নাজিৰাৰ বালিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেলাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী। বিশেষ সূত্ৰৰমতে আৰোহী জনৰ নাম ডিম্পুল শইকীয়া বুলি চিনাক্ত হৈছে। নিহত যুৱকজনৰ ঘৰ লোণ পুৰীয়াৰ ভুতৰবাৰীত বুলি জানিব পৰা গৈছে। AS 04 V 4413 নম্বৰৰ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল আৰু ONGCৰ AS 04 AC 9469 নম্বৰৰ টাটা ট্ৰেইলাৰৰ মাজত সংঘটিত উক্ত দুৰ্ঘটনা৷
বালিঘাট সংঘটিত শোকাৱহ দুৰ্ঘটনাঃনিহত ১
