প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ লৈ শ্ৰদ্ধাঞ্জলী ৷

টিহুৰ প্ৰতিবেদক,২৫ নৱেম্বৰঃ টিহুত হেমন্ত তালুকদাৰৰ নেতৃত্বত শিল্পী সমাজ টিহুৰ উদ্যােগত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত এক গভীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুল বৰ্মন, প্ৰাক্তন সভাপতি হিতেশ বৰ্মন, সাংস্কৃতিক শিল্পী নয়ন তালুকদাৰ টিহু মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি হিমাশু চেতিয়া,টিহু মহকুমা সাংবাদিক সন্থাৰ সহ: সাধাৰণ সম্পাদক লিখন ঠাকুৰীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *