নিউজ ডেস্ক PR NEWS ASSAM
কৰ্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় কৰ্মত নিয়োজিত কৰিলেই প্ৰতিষ্ঠানে প্ৰদান কৰিব লাগিব দুগুণ দৰমহা। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা এই নতুন আইন প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

