নিমাতী সন্ধানহীন যুৱক,উদ্ধাৰ অভিযান অব্যাহত৷

PR NEWS ASSAM,যোৰহাট

ব্ৰহ্মপুত্ৰৰ নিমাতীঘাটত ৰহস্য জনক ভাৱে যুৱক নিখোজ

যোৱা ২৮ তাৰিখৰ পৰা নিমাতি ঘাটত নিখোজ হৈ আছে ,যুুৱক জনৰ নাম দিগন্ত বৰা, ঘৰ গড়মুৰ গড়কাপ্তানি আৱাসত থকা যুৱকজন ইঞ্জিনিয়াৰিং পাছ কৰা এজন যুৱক নিখোজ হোৱাৰ পূৰ্বে কোনো লোকে ধন দাৱী কৰা বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে আৰু নিখোজ হোৱা বিষয়ত ৰহস্য ঘনিভূত হোৱা বুলি জনাইছে ৷বৰ্তমানলৈকে SDRF এ উদ্ধাৰ অভিযান চলাই আছে যদিও কোনো সন্ধান পোৱা নাই ৷