নাজিৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনত ৫ প্ৰতিদ্বন্দ্ব্বী৷

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁই,

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া,

অসম জাতীয় পৰিষদৰ ৰিবুলয়া গগৈ,

ফৰৱাৰ্ড ব্লকৰ ডা° হৰেণ বৰগোহাঁই আৰু

নিৰ্দলীয় প্ৰাৰ্থী মিণ্টু বৰুৱা ৷