নাজিৰা প্ৰেছ ক্লাৱলৈ সাংসদ তপন গগৈৰ ৫ লাখ অনুদান ৷

PR NEWS ASSAM ঃ নাজিৰা প্ৰেছ ক্লাৱৰ চাৰিসীমা পকী দেৱাল নিৰ্মাণৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সাসংদ পুজিৰ পৰা ৫ লাখ টকাৰ অনুদান আগবঢ়ায়৷ লগতে সাংসদজনে প্ৰেছ ক্লাৱত অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷