নাজিৰা নগৰৰ ফুটপাথৰ দুৰৱস্থা৷

নাজিৰাৰ পৌৰসভাৰ এলেকাত উন্নয়নৰ নামত বহু পুঁজি দুব্যৱহাৰৰ অভিযোগ৷

ঠিকাদাৰৰ নিম্নমানৰ কামে পকেট গৰম কৰিলে কাৰ?

জাবৰ সংগ্ৰহৰ নামত কোনো নীতি-নিয়ম নোহোৱাকৈ দোকানৰ পৰা ধন সংগ্ৰহ৷