১/নাজিৰাত আজি ক’ভিদ ১৯ আক্ৰান্ত হৈছে ০২ জন ব্যক্তি।
২/বৰ্তমান নাজিৰা মহকুমাত ক’ভিদ আক্ৰান্ত সংখ্যা সৰ্বমুঠ হ’ল ২০৮৬ জন।
৩/আজি নাজিৰাত ক’ভিদ পৰীক্ষণ কৰা ব্যক্তি সংখ্যা ৭৬২ জন RAT আৰু RT PCR ১৯ জন।
৪/সক্ৰিয়-২২৯
৫/গৃহ পৃথকীকৰণ-১৩
নিষ্ঠা আৰু সাহসেৰে ৰাইজৰ পক্ষত