PR NEWS ASSAM নাজিৰা ঃসমগ্ৰ দেশৰ লগতে নাজিৰাতো ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস চৰকাৰীভাৱে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত উদযাপন কৰা হয়৷ নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু স্থানীয় জনসাধাৰণক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ আগবঢ়ায় লগতে নাজিৰা মহকুমাৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান আগবঢ়ায়৷সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি এই কাৰ্যসূচী পালন কৰা হয়৷
নাজিৰাত ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস৷
