নাজিৰাত ষঠ্ পূজা৷

PR NEWS ASSAM নাজিৰাঃ

নাজিৰা নগৰৰ দিখৌ নদীৰ পাৰঘাটত উলহ-মালহেৰে ষঠ্ পূজা অনুষ্ঠিত হৈ যায়৷বেছ জাকজমকতা আৰু পোহৰে আলোকিত কৰা পূজাত যথেষ্ট লোকৰ সমাগম হয়৷