PR NEWS ASSAM নাজিৰাঃ সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত মহকুমা ন্যায়িক দণ্ডাধীশ বলৰাম ক্ষেত্ৰীৰ তত্ত্বাৱধানত অনুষ্ঠিত লোক আদালতত কেইবাটাও গোচৰ নিস্পত্তি কৰা হয় যিটো বৰ্তমান সময়ত ক’ভিড প্ৰট’কল মানি কাৰ্যালয়ৰ বিশেষ কেইজনমান কৰ্মচাৰী প্ৰণৱ নাথ আৰু নাৰায়ণ শৰ্মাৰ উপস্থিতিৰ লগতে শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা নিযুক্ত অধিবক্তা পংকজ মহন্তই মহকুমা ন্যায়িক দণ্ডাধীশক কাৰ্যত সহযোগিতাত সম্পন্ন হয়৷
নাজিৰাত লোক আদালত৷
