নাজিৰাত বীৰ লাচিত দিৱস পালনৰ প্ৰস্তুুতি

PR NEWS ASSAM ঃ নাজিৰা মহকুমা প্ৰশাসনে আগন্তুক বীৰ লাচিত দিৱসৰ প্ৰস্তুুুতি তুংগত কৰি তুলিছে৷ বিভিন্ন কাৰ্যসূচী সন্নিৱিষ্ট কৰি দিৱসটি উদযাপনৰ যো-জা চলাইছে৷