নাজিৰাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান,শিক্ষা বিভাগৰ পৰিদৰ্শকক উৎকোচ লোৱাৰ সন্দৰ্ভত হাতে লোটে গ্ৰেপ্তাৰ নবুল ইছলাম ৷ শিক্ষকৰ পৰা ১৫ হাজাৰ টকালৈ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত বিষয়াজন৷
ৰাজ্য চৰকাৰৰ বিভাগটোৰ এনে পদক্ষেপত নাজিৰাবাসী আদৰণি জনাইছে৷নাজিৰাত আৰু বহু দুৰ্নীতিগ্ৰস্ত বিষয়া আছে,বিশেষকৈ চাকৰি চাই অধিক আয় অধিক৷
নাজিৰাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান,শিক্ষা বিভাগৰ পৰিদৰ্শকক উৎকোচ লোৱাৰ সন্দৰ্ভত হাতে লোটে গ্ৰেপ্তাৰ৷
