নগাঁও জিলাত পোন প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমান তেল বিতৰণৰ শুভাৰম্ভ।

নগাও জিলাত আৰম্ভ কৰা হৈছে ভ্ৰাম্যমান তেল বিতৰন।শনিবাৰে নগাও জিলাৰ ৰাঙলুস্থ ওৱা ফা তেল ডিপোত ভ্ৰাম্যমান তেল বিতৰনৰ শুভাৰম্ভ কৰে ভাৰতীয় তৈল নিগমৰ জেনেৰেল মেনেজাৰ জি ৰমেশে। সভাৰ আত ধৰে উৱা ফা তেল ডিপোৰ মালিক আনোৱাৰা খাতুনে৷ সভাখনত ভাৰতীয় তেল নিগমৰ কেইবাজনো বিষয়াৰ লগতে গ্ৰাম বিকাশ পৰিষদৰ অধক্ষ চিৰাজ উদ্দিন আহমেদ আৰু স্থানীয় কেইবাজনো সমাজ কমীৰ লগতে স্থানীয় সাংবাদিক।