দোপদৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ক’ভিড প্ৰতিষেধক প্ৰদান৷

PR NEWS ASSAM নামতিঃ

দোপদৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আমগুৰি বিশিষ্ট চিকিৎসক ডা:হেমেন গগৈ তত্তাবধানে ক’ভিড প্ৰতিষেধক প্ৰথম আৰু দ্বিতীয় পালি স্থানীয় ৰাইজক প্ৰদান কৰা হয়৷ দোপদৰবাসী ৰাইজলৈ চিকিৎসক গৰাকী এনে প্ৰচেষ্টাক শলাগ লৈছে৷ ভেকচিন প্ৰদানৰ সময়ত পৰীক্ষাৰ সময়ত মুঠ তিনিগৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰে। উক্ত তিনিওগৰাকীকে হ’ম আইচলেচনত ৰখা হৈছে।