ৰাজ্যৰ ২২ খন দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি-অগপৰ ১২ খন আসন জয়লাভৰ বিপৰীতে জেপিপি নামৰ আঞ্চলিক দলটিয়ে ৮ খন আৰু কংগ্ৰেছ দলে ২ খন আসন লাভ কৰে৷ স্বাভাৱিকতে তুলনামুলকভাবে শাসকীয় মিত্ৰদলৰ ফলাফল উন্নত নহ’ল৷ইফালে আঞ্চলিক দলৰ চমকপ্ৰদ ফলাফলে ৰাজ্যৰ ৰাজনীতিলৈ এক নতুন বাৰ্তা আনিছে ৷
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদত বিজেপি-অগপৰ মিত্ৰজোটঁৰ দখলতঃ আঞ্চলিক ৰাজনীতিৰ দপদপনি৷
