PR NEWS ASSAM টিহু ঃ
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে টিহু ৰাস মহোৎসৱৰ । আজি টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা সমাজ সেৱী সোমনাথ ডেকাই । পূৰ্বৰ দৰে এইবাৰ নাথাকিব বিশেষ জাক-জমকতা ২৫ টা মৃন্ময় মূৰ্তিৰে টিহু নৈৰ পাৰত চৰকাৰী নিতি নিৰ্দেশনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে এইবাৰৰ টিহু ৰাস মহোৎসৱ । কভি’ডৰ প্ৰতি লক্ষ্যৰাখি বাণিজ্য মেলা, বিশেষ সাংস্কৃতিক বাতিল কৰাৰ সিদ্ধান্ত ৰাস মহোৎসৱ কমিটীৰ ।

