চেপন সংযোগী পথ বন্ধ কৰি দিলে ধিতাইপুখুৰী, বকতাবাসী ৰাইজে -চুণপোৰাত আৱদ্ধ হৈ পৰিছে শতাধিক যান- বাহন পথটেই আৱদ্ধ হৈ পৰে ৷
চেপন- চূণপোৰা পথত থকা দিচাং দলং নিৰ্মাণ নকৰাৰ বাবে ৰাইজে বন্ধ কৰি দিয়ে মূল পথছোৱা ৷উল্লেখ্য যে, নতুনকৈ নিমাৰ্ণৰত দলংখনৰ কাম লেহেমীয়া গতিত কাম কৰাৰ বাবেই পুৰণি দলংখনৰ একমাত্ৰ সাৰথি হিচাবে আছিল অঞ্চলটোত ৷
চেপন-চূণপোৰা সংযোগী দলং অচল৷
