* সাধাৰণ জ্বৰ-কাহত মৌজোল মহৌষধ। আধাকাপ উতলা পানীত এচামুচ নেমু ৰস মিহলাই এচামুচ মৌ জোল ঢালি গৰমে গৰমে খালে ৰোগ নিৰাময় হয়৷
* কাহৰ পৰা উপশম পাবলৈ কম পৰিমাণৰ এটা মিশ্ৰণ তৈয়াৰ কৰি খাওক,মিশ্ৰণটো হ’ল- খয়েৰ দুভাগ, জিৰা এভাগ আৰু মিচিৰি এভাগ৷
* এটা নেমু গুটিৰে সৈতে মিহিকৈ পিহি সামান্য নিমখ মিহলাই লওক। ডায়েৰিয়া ৰোগৰ বাবে উপকাৰী৷
* আধা চামুচ আদা বটি লৈ কপালত লগাই থলে মূৰৰ বিষ ভাল হয়।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন