নিউজ ডেস্ক PR NEWS ASSAM
- কা ৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হোৱাৰ আহ্বান কৃষক নেতা গৰাকীৰ ।এই মাহৰ পৰা জেলৰ পৰা ওলাই অহা বাট মুকলি হ’ব বুলি আশাবাদী অখিল গগৈ ।
- অখিল গগৈয়ে কয় আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব ৷
- জেলত থাকিলেও তাৰ পৰাই কা ৰ বিৰুদ্ধে দৃঢ় অখিল গগৈ । তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ ৷চৰকাৰৰ পুঁজিপতি আৰু দমনমূলক নীতিক কঠোৰ সমালোচনা কৰে কৃষক মুক্তি সংগঠনৰ নেতাগৰাকীয়ে৷

