কাজিৰঙাৰ লুকাই থকা পৃথিৱীঃ

শেহতীয়া এক জৰীপত ৭৭ বিধ মাছ, ১০৮ টা সৰীসৃপ আৰু উভচৰ প্ৰজাতি পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰত৷

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ বিজ্ঞানী আৰু গৱেষকৰ সহযোগত চলিত বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত এই সমীক্ষা চলোৱা বুলি ঘোষে জানিবলৈ দিয়ে।

: তথ্য সংগ্ৰহীত