কাইলৈ শপত গ্ৰহণ কৰিব অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ প্ৰায় ১২.০০ বজাত শপত গ্ৰহণ কৰিব পঞ্চদশ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷লগতে শপত বাক্য ল’ব কেইবাজনো মন্ত্ৰীসভাৰ সদস্যই৷উপস্থিত থাকিব উত্তৰ -পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বহু অতিথি৷লগতে উপস্থিত থাকিব কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃবৰ্গ৷