এছিয়া কাপত টীম ইণ্ডিয়াৰ জয় ৷স্বপ্ন ভংগ পাকিস্তানৰ,তিলকৰ দুৰ্দান্ত প্ৰদৰ্শন৷

এছিয়া কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল ভাৰত-পাকিস্তান। এই যুঁজত শেষ হাঁহি মাৰিলে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয়৷