নিউজ ডেস্ক PR NEWS ASSAM
বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন ঘটে ৷বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা অৱস্থাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে৷ প্ৰমোদ বড়োৰ বাহনৰ লগতে আন ৫খন বাহনতো দুৰ্বৃত্তই আক্ৰমণ চলায় ৷
নিষ্ঠা আৰু সাহসেৰে ৰাইজৰ পক্ষত