আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ দলীয় পদ ত্যাগ I

PR NEWS ASSAM Desk:- আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণৰ বিৰোধিতাৰে দলীয় পদ ত্যাগ কৰে প্ৰদীপ হাজৰিকাই ৷অগপৰ সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰদীপ হাজৰিকাৰ I সাধাৰণ সম্পাদক পদ ত্যাগ প্ৰদীপ হাজৰিকাৰ।উল্লেখযোগ্য যে, আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণৰ বিৰোধিতাৰে দলীয় পদ ত্যাগ কৰে প্ৰদীপ হাজৰিকাই। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অগপত ধুমুহা।আমগুৰিত ইতিমধ্যে দলীয় বিষয়বাবৰ পৰা জিলা পৰ্যায়ৰ বিষয়ববীয়া সকলেও পদ ত্যাগ কৰিছে ৷